গুৱাহাটীঃ নগাঁও জিলাৰ অতি পিছ পৰা ধিঙৰ কান্ধুলীমাৰী গাঁৱৰ ৰঞ্জিত দাস আৰু জোনালী দাসৰ কন্যা হিমা দাসৰ সফলতাত আনন্দিত হৈ পৰিছে ৰাজ্যবাসী৷ এটি দৰিদ্ৰ পৰিয়ালৰ সন্তান হিমা। সৰ্বদিশতে পিছ পৰা কান্ধুলীমাৰী গাঁৱত খেলৰ পৰিৱেশ নথকাৰ পাছতো হিমাই নিজ সংগ্ৰামৰ জৰিয়তে উজলি উঠি দেশ আৰু অসমীয়া জাতিক গৌৰাৱান্বিত কৰিছে৷
#GC2018Athletics#HimaDas has qualified for the 400m Finals after clocking a time of 52.11s and finishing 3rd in her Heat#CommonwealthGames2018 #GC2018 pic.twitter.com/MLEGbB6rp8