Home অন্যান্য খবৰৰাহুল গান্ধীৰ পুত্তলিকা দাহ হিন্দু যুৱ ছাত্ৰ পৰিষদৰ

ৰাহুল গান্ধীৰ পুত্তলিকা দাহ হিন্দু যুৱ ছাত্ৰ পৰিষদৰ

by News Desk
54 views
A+A-
Reset

গোসাঁইগাঁওঃ ভাৰতৰ বিৰুদ্ধে চীনৰ আগ্ৰাসন অব্যাহত থকা সময়ত কংগ্ৰেছৰ উপাধক্ষ্য ৰাহুল গান্ধীয়ে গোপনে চীনৰ ৰাষ্ট্ৰদূতৰ সৈতে এক ৰহস্যজনক আলোচনাত মিলিত হোৱাৰ প্ৰতিবাদত আজি হিন্দু যুৱছাত্ৰ পৰিষদে গোসাঁইগাঁও মহকুমাৰ শ্ৰীৰামপুৰ তালাচী চকীৰ সমীপত ৩১ গ ৰাষ্ট্ৰীয় ঘাইপথত ৰাহুল গান্ধীৰ পুত্তলিকা দাহ কৰে। 

অমৰনাথ তীৰ্থযাত্ৰীৰ ওপৰত পাকিস্তানী সন্ত্ৰাসবাদীৰ আক্ৰমণৰো প্ৰতিবাদ কৰে হিন্দুযুৱ ছাত্ৰ পৰিষদে। সংগঠনটোৰ কোকৰাঝাৰ জিলা সমিতিৰ উদ্যোগত আজি পুৱা ১১ বজাত হিন্দু যুৱ ছাত্ৰ পৰিষদৰ সদস্য সকলে চীনা আগ্ৰাসন নচলিব, চীনা সামগ্ৰী বৰ্জন কৰক, চীনৰ দালাল ৰাহুল গান্ধী মুৰ্দাবাদ, অমৰনাথ তীৰ্থযাত্ৰীৰ ওপৰত আক্ৰমণকাৰী হুচিয়াৰ, ভাৰতত থাকি পাকিস্তানৰ দালালি নচলিব আদি প্ৰতিবাদী শ্লোগানেৰে দিয়ে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0