0
গুৱাহাটীঃ গুৱাহাটী মহানগৰীৰ মাজমজিয়াতে শুকুৰবাৰে পুনৰ ঘোষণা হ’ল লোকসভা নিৰ্বাচনৰ ফলাফল। কিন্তু কোনে, ক’ত ঘোষণা কৰিলে সপ্তদশ লোকসভা নিৰ্বাচনৰ ফলাফল?
লোকসভা নিৰ্বাচনৰ ফলাফলক লৈ যোৱা ১৪ মে’ত যাদু সম্ৰাট বিক্ৰমে কৰা ভৱিষ্যদ্বাণী সম্বলিত বাকচটো আজি খুলা হয়।