102
জয়পুৰঃ গোমাংসৰ অবৈধ ব্যৱসায় উৎখাত কৰাৰ বাবে ঝাৰখণ্ড, উত্তৰপ্ৰদেশৰ পিছত এইবাৰ পাল পৰিছে আন চাৰিখন ৰাজ্যৰ। বিজেপি শাসিত চৰকাৰখনে গোমাংসৰ অবৈধ ব্যৱসায় নিষিদ্ধ কৰাৰ বাবে উপৰোক্ত ৰাজ্য দুখনত চলোৱা মাৰাথন অভিযানৰ পিছতে এইবাৰ বিশেষ অভিযান চলিব ৰাজস্থান, উত্তৰাখণ্ড, ছত্তীশগড় আৰু মধ্যপ্ৰদেশত৷
৭২ ঘন্টাৰ ভিতৰত এই নিয়ম কাৰ্যকৰী কৰিবলৈ ঝাৰখণ্ড চৰকাৰক নিৰ্দেশ দিয়াৰ পিছতে আজি আন এক সিদ্ধান্তই কেউখন ৰাজ্যত খলকনি তুলিছে৷