Home ৰাজ্যঅসমৰ ২০,৪৭০ যুৱক, ২০৪৯ যুৱতী যোগ দিছে ISISত, সদস্য হ’বৰ বাবে মাদ্ৰাছাৰ ছাত্ৰক মেচেজ

অসমৰ ২০,৪৭০ যুৱক, ২০৪৯ যুৱতী যোগ দিছে ISISত, সদস্য হ’বৰ বাবে মাদ্ৰাছাৰ ছাত্ৰক মেচেজ

by News Desk
54 views
A+A-
Reset

গৰৈমাৰিঃ সাৱধান! ISIS-এ জাল পেলাইছে অসমত৷ ISISৰ শাখা অসমত নাই যদিও পোখা মেলিবলৈ অহৰহ চেষ্টা অব্যাহত ৰাখিছে৷ একাংশ মাদ্ৰাছাৰ ছাত্ৰক টাৰ্গেট কৰি লৈছে সদস্য ভৰ্তিৰ বাবে৷ সদস্য ভৰ্তিৰ বাবে ব্যৱহাৰ কৰিছে মোবাইল ফোন৷ মোবাইলত মেচেজ কৰি আহ্বান জনাইছে ISISত যোগ দিবলৈ৷ newsnextone.comৰ হাতত পৰা তথ্য মতে দক্ষিণ কামৰূপৰ গৰৈমাৰীৰ টপাৰপথাৰ ছিনিয়ৰ মাদ্ৰাছাৰ ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক আশ্ৰাফুল আহেমদক ISISৰ সদস্য হ’বলৈ আহ্বান জনাই মেচেজ প্ৰেৰণ কৰে৷

নৰখাদক সন্ত্ৰাসবাদী সংগঠনটোত যোগদান কৰিবলৈ আহবান জনাই সম্পাদক আশ্ৰাফুল আহেমদৰ মোবাইলত মেচেজ প্ৰেৰণ কৰে৷ এই ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰে সৃষ্টি কৰিছে। গৰৈমাৰিৰ ঘোৰামাৰা গাঁৱৰ হাতেম আলী আহমেদৰ পুত্ৰ তথা টপাৰ পথাৰ ছিনিয়ৰ মাদ্ৰাছাৰ ছাত্ৰ, ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক আশ্ৰাফুল আহেমদৰ মোবাইলত ২০ অক্টোবৰৰ সন্ধিয়া মেচেজটো প্ৰেৰণ কৰে৷ ৮০১৯১১২৭১৫ নম্বৰৰ মোবাইল নম্বৰৰ পৰা প্ৰেৰণ কৰে মেচেজটো। মেচেজটোত আশ্ৰাফুল আহেমদৰ লগতে তেওঁৰ বন্ধুৰ যদি ইচ্ছা প্ৰকাশ কৰে তেন্তে আইছিছত যোগদান কৰিব পাৰে বুলি উল্লেখ কৰে৷ “মোৰ সময় কম। তই চিন্তা কৰিব নালাগে। মই একে-৪৭ৰে কথা কও।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0