বৃদ্ধি হ’ব ইন্টাৰনেটৰ গতি, টেলিকম সচিবৰ মোবাইলতে ইন্টাৰনেটে খেলে লুকা-ভাকু

Home ৰাজ্যবৃদ্ধি হ’ব ইন্টাৰনেটৰ গতি, টেলিকম সচিবৰ মোবাইলতে ইন্টাৰনেটে খেলে লুকা-ভাকু

বৃদ্ধি হ’ব ইন্টাৰনেটৰ গতি, টেলিকম সচিবৰ মোবাইলতে ইন্টাৰনেটে খেলে লুকা-ভাকু

by News Desk
55 views
A+A-
Reset

ডিজিটেল ডেস্কঃ তথ্য আৰু প্ৰযুক্তি বিদ্যাৰ যুগত মানুহে এখন ৰুটি খাবলৈ আটা নাপালেও প্ৰয়োজন কিন্তু ডাটাৰ৷ কিয়নো সকলোৱে এতিয়া ইন্টাৰনেটৰ পৃথিৱীত ব্যস্ত৷ ছচিয়েল মিডিয়াৰ পৰা আৰম্ভ কৰি বাতৰি চোৱালৈকে সকলো এতিয়া ইন্টাৰনেটৰ পৃথিৱীত ব্যস্ত৷ তাৰ মাজতে ভাৰতবৰ্ষৰ ইন্টাৰনেট ব্যৱহাৰকাৰীসকলৰ বাবে সুখবৰ৷ কেন্দ্ৰীয় চৰকাৰে ইন্টাৰনেটৰ গতি দ্ৰুত কৰাৰ বাব চিন্তা চৰ্চা কৰিছে৷

সৰ্বনিম্ন-বাধ্যতামুলক ইন্টাৰনেটৰ গতি ৫১২ কেবিপিএচৰ পৰা ২ এমবিপিএচ কৰাৰ সিদ্ধান্ত লৈছে চৰকাৰে৷ টেলিকম সচিব অৰুণা সুন্দৰা ৰাজনে দেশৰ বিভিন্ন প্ৰান্তত থকা ইন্টাৰনেট গ্ৰাহকৰ সমস্যা সমূহ দুৰ কৰাৰ বাবে কম গতিৰ ইন্টাৰনেটক দ্ৰুত কৰাৰ সিদ্ধান্ত গ্ৰহন কৰা বুলি কয়৷ ৩জি আৰু ৪জি পৰিসেৱাৰ টেলিকম সংস্থাসমুহে ইন্টাৰনেট গতিৰ ক্ষেত্ৰত বিজ্ঞাপন যি প্ৰচাৰ কৰে মূলত বাস্তৱত সেয়া নহয়গৈ৷ আগন্তুক দিনত যেতিয়া ৫জি সেৱা আৰম্ভ হ’ব তেতিয়া এই সমস্যা আৰু জটিল হৈ পৰিব৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0