96
গুৱাহাটীঃ ছপা মাধ্যমৰ চৰম অনিশ্চয়তাৰ মাজতে সু-খবৰ৷ বিগত কেইবামাহো ধৰি বন্ধ হৈ থকা আগশাৰীৰ অসমীয়া দৈনিক ‘জনসাধাৰণ’ পুনৰ পঢ়ুৱৈৰ হাতত পৰিব৷
উল্লেখ্য যে যোৱা ২০ নৱেম্বৰত মালিক পক্ষই হঠাত কাকতখনৰ প্ৰকাশ বন্ধ কৰিছিল৷ মালিক পক্ষৰ এনে হঠকাৰী সিদ্ধান্তৰ পিছতে আদালতৰ কাষ চাপে ‘জনসাধাৰণ বাতৰি কাকত কৰ্মচাৰী সংঘ’ই।