Home গুৱাহাটী১১ মাৰ্চত গণশিল্পী মঘাই ওজাৰ স্মৃতিত ‘দামামা মহোৎসৱ-২০১৭’

১১ মাৰ্চত গণশিল্পী মঘাই ওজাৰ স্মৃতিত ‘দামামা মহোৎসৱ-২০১৭’

by News Desk
73 views
A+A-
Reset

গুৱাহাটীঃ গণশিল্পী মঘাই ওজাৰ মৃত্যু দিৱসৰ সৈতে সংগতি ৰাখি অসমত পোন প্ৰথমবাৰৰ বাবে আয়োজন কৰিবলৈ লোৱা হৈছে দামামা মহোৎসৱ-২০১৭৷ অহা ১১ মাৰ্চ, শনিবাৰে সন্ধিয়া ৬.০০ বজাত গুৱাহাটীৰ জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত অনুষ্ঠিত হ’বলগীয়া এই মহোসৎৱত পৰিৱেশন কৰা হ’ব ‘ঢোলত চাপৰ মাৰি’ শীৰ্ষক এক ব্যতিক্ৰমী অনুষ্ঠান, য’ত বড়োসকলৰ খাম, মিচিংসকলৰ দুম দুম, তিৱাৰ খ্ৰাম, কাৰ্বিসকলৰ চেং আদি বিভিন্ন জনগোষ্ঠীৰ লোকবাদ্য ঢোল একেলগে বাজি উঠিব৷

‘দামামা’ গোষ্ঠীৰ উদ্যোগত আৰু ‘গুৱাহাটী লিটাৰেৰী ফেক্টৰী’ তথা ‘বৌদ্ধিক বিচাৰ’ ই-আলোচনীৰ সহযোগত আয়োজন কৰিবলৈ লোৱা এই বিশেষ অনুষ্ঠানত অসমৰ বহুকেইগৰাকী প্ৰথিতযশা ঢোলৰ ওজা, লোকবাদ্যৰ সাধক, স্বনামধন্য শিল্পী-সাহিত্যিকে অংশগ্ৰহণ কৰিব৷ অনুষ্ঠান উপলক্ষে কেইবাগৰাকী বিশিষ্ট লেখকৰ লেখাৰে সমৃদ্ধ এখনি স্মাৰক-গ্ৰন্থ প্ৰকাশৰো দিহা কৰা হৈছে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0