Home দেশচেল্ফি লে লে ৰে.. চেল্ফি উঠি জেট এয়াৰৱেজৰ ৰোষত বিমান পাইলট

চেল্ফি লে লে ৰে.. চেল্ফি উঠি জেট এয়াৰৱেজৰ ৰোষত বিমান পাইলট

by News Desk
59 views
A+A-
Reset

newsnextone.com | ডিজিটেল ডেস্কঃ চেল্ফি তুলি ৰোষত পৰিল ৪ গৰাকী বিমান পাইলট৷ কৰ্তব্যৰত অৱস্থাত বিমানৰ ভিতৰত চেল্ফি তোলাৰ অভিযোগত ৪ গৰাকী পাইলটৰ বিৰুদ্ধে অনুশাসনমূলক তদন্ত আৰম্ভ কৰে জেট এয়াৰৱেজে৷ 

অভিযোগ অনুসৰি, ১৯ এপ্ৰিলত লেহ’ৰ পৰা দিল্লী অভিমুখে আহি থকা বিমানৰ ভিতৰত ৪ গৰাকী বিমান পাইলটে চেল্ফি উঠে৷ যদিও চেল্ফি উঠা সময়ত বিমানত কোনো যাত্ৰী উপস্থিত নাছিল, তথাপি কৰ্তব্যৰত সময়ত বিমান অনুশাসন ভংগ কৰাৰ অভিযোগত জেট এয়াৰৱেজ নামৰ বিমান সংস্থাটোৱে পাইলট কেইগৰাকীৰ বিৰুদ্ধে শাস্তিমূলক তদন্ত গ্ৰহণ কৰে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0