পদ্মশ্রী চন্দ্ৰপ্ৰভা শইকীয়ানী গার্লছ পলিটেকনিকত নিয়োগ মেলা, ১৬ টা ব্যক্তিগত...

Home গুৱাহাটীপদ্মশ্রী চন্দ্ৰপ্ৰভা শইকীয়ানী গার্লছ পলিটেকনিকত নিয়োগ মেলা, ১৬ টা ব্যক্তিগত খণ্ডৰ প্ৰতিষ্ঠানৰ অংশগ্ৰহণ

পদ্মশ্রী চন্দ্ৰপ্ৰভা শইকীয়ানী গার্লছ পলিটেকনিকত নিয়োগ মেলা, ১৬ টা ব্যক্তিগত খণ্ডৰ প্ৰতিষ্ঠানৰ অংশগ্ৰহণ

by News Next One
136 views
A+A-
Reset

গুৱাহাটীঃ গুৱাহাটীৰ বামুণীমৈদামত অৱস্থিত পদ্মশ্রী চন্দ্ৰপ্ৰভা শইকীয়ানী (পি চি পি এচ) গার্লছ পলিটেকনিকৰ ছাত্ৰীসকলক ব্যক্তিগত খণ্ডত নিয়োগৰ সুবিধা তথা উদ্যোগ খণ্ডত প্রত্যক্ষ নিয়োগৰ প্ৰয়োজনীয় অৰ্হতাৰ বিষয়ে সজাগ কৰাৰ উদ্দেশ্যে বুধবাৰে নিয়োগ মেলাৰ আয়োজন কৰা হয়। গাৰ্লছ পলিটেকনিকৰ চৌহদত প্ৰথমবাৰৰ কাৰণে আয়োজন কৰা এই নিয়োগ মেলা উদ্বোধন কৰে প্ৰতিষ্ঠানখনৰ অধ্যক্ষ ডঃ নজৰুল হকে।

এই মেলাৰ আৰম্ভণিতে ইয়াত অংশগ্ৰহণ কৰা বিভিন্ন কোম্পানীৰ বিষয়াসকলক প্ৰতিষ্ঠানৰ ফালৰ পৰা সম্ভাষণ জনোৱা হয়। সম্বৰ্ধনা কাৰ্যসূচীৰ আঁত ধৰে প্ৰতিষ্ঠানখনৰ ট্রেইনিং আৰু প্লেচমেণ্ট কোষৰ সমন্বয়ক তথা চিভিল ইঞ্জিনিয়াৰিং বিভাগৰ প্ৰবক্তা অনসূয়া গোস্বামীয়ে। এই নিয়োগ মেলাত জিঅ’ ইনফোক’ম, ডাটামেচন, ৰহমান হাস্পতাল প্রাইভেট, বৈশ‍্য এণ্ড এছোচিয়েট, ডাই-টেক ইঞ্জিনিয়াৰিং, হোম ডিজাইন, স্পাইৰেণ্ট ইণ্ডিয়া, চিভিক ইনফ্রাটেক, ৰেলিয়েন্ট ফাউণ্ডেচন আদিকে ধৰি ১৬ টা ব্যক্তিগত খণ্ডৰ প্ৰতিষ্ঠানে অংশগ্ৰহণ কৰে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0