Home অন্যান্য খবৰএশ কোটিৰ কাষ চাপিছে অক্ষয়ৰ জলি এলএলবি

এশ কোটিৰ কাষ চাপিছে অক্ষয়ৰ জলি এলএলবি

by News Desk
A+A-
Reset
WhatsApp Image 2017-02-20 at 5

মুম্বাইঃ মুক্তিৰ প্ৰথম দিনাই ১৩.২০ কোটি টকা উপাৰ্জন কৰা জলি এলএলবি-২ ছবিখনে কাষ চাপিছে এশ কোটিৰ ক্লাবৰ। মুক্তিৰ দহ দিনতেই ৯৫.৪৪ কোটি টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে ছবিখনে। 

এই ছবিখনত অক্ষয় কুমাৰে জগদীশ মিশ্ৰা নামৰ এজন অধিবক্তাৰ চৰিত্ৰত অভিনয় কৰিছে। ২০১৩ চনত মুক্তি লাভ কৰা এই ছবিখনৰ ছিকুৱেল হিচাপে মুক্তি লাভ কৰা এই ছবিখনৰ পৰিচালক হৈছে সুভাষ কাপুৰ। ছবিখনত অক্ষয় কুমাৰৰ লগত অভিনয় কৰিছে অনু কাপুৰ¸ হামা কুৰেশ্বি আৰু সৌৰভ শুক্লাই। 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0