ভূমিপুত্ৰৰ কথা ভাবিবলৈ মুখ্যমন্ত্ৰীক আহ্বান মটক যুৱ-ছাত্ৰ পৰিষদৰ

Home ৰাজ্যভূমিপুত্ৰৰ কথা ভাবিবলৈ মুখ্যমন্ত্ৰীক আহ্বান মটক যুৱ-ছাত্ৰ পৰিষদৰ

ভূমিপুত্ৰৰ কথা ভাবিবলৈ মুখ্যমন্ত্ৰীক আহ্বান মটক যুৱ-ছাত্ৰ পৰিষদৰ

by News Desk
86 views
A+A-
Reset

চাবুৱাঃ আজি ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডিব্ৰুগড় জিলাৰ বান বিধ্বস্ত দধিয়া-লাইকা অঞ্চলত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয়৷ ব্ৰহ্মপুত্ৰ আৰু ডিব্ৰু নদীৰ গৰাখহনীয়াৰ কবলত পৰি প্ৰায় ১২০০ পৰিয়াল হাহাকাৰ কৰিবলগীয়া হোৱাৰ পাছতো ৰাজ্য চৰকাৰে গুৰুত্ব আৰোপ নকৰাৰ অভিযোগ উত্থাপন হৈ অহাৰ সময়তে মুখ্যমন্ত্ৰীৰ উপস্থিতিয়ে বহন কৰিছে বিশেষ তাৎপৰ্য।

মুখ্যমন্ত্ৰীগৰাকীয়ে দধিয়া-লাইকা অঞ্চলৰ খহনীয়াত সকলো হেৰুৱা লোকসকলক পুনৰ সংস্থাপনৰ আশ্বাস প্ৰদান কৰে৷ আনহাতে ডিব্ৰুগড় জিলাৰ দধিয়া-লাইকা অঞ্চলত বান হোৱা নাই বুলি স্থানীয় বিধায়ক বিনোদ হাজৰিকাই দাবী কৰাৰ সময়তে মটক যুৱ-ছাত্ৰ পৰিষদে দধিয়াৰ লোকসকলক লৈ মুখ্যমন্ত্ৰীক হেতালি নেখেলিবলৈ সকীয়াই দিয়ে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0