105
খাৰুপেটীয়াঃ ১৫নং ৰাষ্ট্ৰীয় ঘাইপথ জৰাজীৰ্ণ হৈ পৰাত যাতায়তৰ বাবে অনুপযুক্ত হৈ পৰিছে৷ ক্ষোভিত ৰাইজে পথটো মেৰামতিৰ দাবী জনাই আহিছে যদিও চৰকাৰে গুৰুত্ব আৰোপ নকৰাৰ অভিযোগ উত্থাপিত হৈছে।
কেইবাটাও সংগঠনে সংবাদ মাধ্যমযোগে পথটো মেৰামতিৰ দাবী জনাই অহাৰ লগতে পথ অৱৰোধ কৰি প্ৰতিবাদো সাব্যস্ত কৰিছে৷