100
ধৰ্মশালাঃ ভাৰত-অষ্ট্ৰেলিয়া টেষ্ট শৃংখলাৰ ধৰ্মশালাত আজিৰেপৰা আৰম্ভ হোৱা চতুৰ্থ তথা অন্তিমখন মেচত অধিনায়ক কোহলী অবিহনেই ৰণত নামিছে ভাৰতীয় দলটো৷ মুলতঃ নিজৰ ফিটনেছৰ প্ৰতি গুৰুত্ব দিয়েই মেচখনৰপৰা বিৰত থকাৰ সিদ্ধান্ত লৈছে কোহলীয়ে৷
সুদীৰ্ঘ ৬ বছৰৰ পিছত এইবাৰ দলৰপৰা আঁতৰত আছে কোহলী৷ ইয়াৰ আগতে ২০১০ চনৰ ১৪ নৱেম্বৰত ভাৰত আৰু ৱেষ্ট ইণ্ডিছৰ মাজৰ টেষ্ট খেলত দলৰপৰা বাহিৰত আছিল অধিনায়কজন৷