85
লাহোৱালঃ ডিব্ৰুগড় জিলা কবি সন্মিলনৰ বৰ্ষাকালীন কবি সন্মিলন টেঙাখাত শাখা কবি সন্মিলনৰ উদ্যোগত স্থানীয় গান্ধী ভৱনত আজি অনুষ্ঠিত হয়।
ডিব্ৰুগড় জিলা কবি সন্মিলনৰ সভাপতি ৰাজেন বড়াৰ সভাপতিত্বত অনুষ্ঠিত কবি সন্মিলনত পৰ্য্যবেক্ষক হিচাপে উপস্থিত থাকে সদৌ অসম কবি সন্মিলনৰ উপ সভাপতি অজিত বড়া, সোণোৱাল কছাৰী সাহিত্য সভাৰ সভাপতি গুণেশ্বৰ সোণোৱালে।