Home দেশমঞ্চ ভাঙি সৰি পৰিল লালু

মঞ্চ ভাঙি সৰি পৰিল লালু

by webmaster
0 comments
A+A-
Reset
WhatsApp Image 2017-03-25 at 6

বিহাৰঃ শুক্ৰবাৰে পাটনাত এক যজ্ঞ উৎসৱত অংশগ্ৰহণ কৰোতেই দুৰ্ঘটনাৰ সন্মুখীন হয় বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰীজন৷ প্ৰত্যক্ষদৰ্শীৰ ভাষ্য অনুসৰি  আসনৰ পৰা মঞ্চলৈ আগবঢ়াৰ সময়তে মঞ্চৰ খুটা ভাঙি আহত হয় লালু৷

উক্ত অনুষ্ঠানত অত্যাধিক মানুহৰ ভিৰ হোৱাৰ বাবেই এই ঘটনা সংঘটিত হয়৷ দুৰ্ঘটনাৰ পিছতে ততাতয়াকৈ তেওঁক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়৷ প্ৰাথমিক স্বাস্থ্য পৰীক্ষা চিকিৎসাৰ পিছত লালুক সংকটমুক্ত ঘোষণা কৰে চিকিৎসকে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

nno-logo

newsnextone.com is brought to you by Bikalpa Media.  House No.: 04, Guwahati College Road, Jyoti Nagar, Guwahati-21, Assam, India. Contact: 9365225248, E-mail: editor@newsnextone.com

© News Next One. All rights Reserved. Contact editor@newsnextone.com for any query. Design & Cloud Hosting by: Rongjeng Technologies.

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0