বিভিন্ন সমস্যাৰ সমাধানৰ দাবীত মাৰ্ঘেৰিটাত যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদ

Home ৰাজ্যবিভিন্ন সমস্যাৰ সমাধানৰ দাবীত মাৰ্ঘেৰিটাত যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদ

বিভিন্ন সমস্যাৰ সমাধানৰ দাবীত মাৰ্ঘেৰিটাত যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদ

by News Desk
101 views
A+A-
Reset

লিডুঃ তিনিচুকীয়া জিলাৰ বিভিন্ন সমস্যাৰ সমাধানৰ দাবীত বুধবাৰে অসম জাতিয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ তিনিচুকীয়া জিলা সমিতিৰ উদ্যোগত তথা মাৰ্ঘেৰিটা, ডিগবৈ,পেঙেৰী, বৰডুমছা, আৰু টিৰাপ আঞ্চলিক সমিতিৰ সহযোগত উত্তৰ মাৰ্ঘেৰিটা ৰংগমঞ্চৰপৰা এক প্ৰতিবাদী কাৰ্যসূচীৰ ৰূপায়ণ কৰা হয়৷

বিশেষকৈ তিনিচুকীয়া জিলাখনৰ লিডু, ডিৰাক, শদিয়া আদি অঞ্চলসমূহত অৰ্ধনিৰ্মিত অৱস্থাত পৰি থকা আই টি আইকেইখন শীঘ্ৰেই মুকলি কৰাৰ দাবী জনোৱা হয়। জিলাখনৰ সকলো চিকিৎসালয় আধুনিকীকৰণ কৰি উন্নতমানৰ কৰা, মাৰ্ঘেৰিটাৰ প্ৰস্তাৱিত তাপ বিদ্যুৎ প্ৰকল্পৰ কাম শীঘ্ৰেই আৰম্ভ কৰাৰ লগতে ডিৰাক-চুমনি মথাউৰিৰ স্থায়ী সমাধানৰ দাবীত সংগঠনটোৰ শতাধিক প্ৰতিবাদকাৰীয়ে মাৰ্ঘেৰিটা মহকুমাধিপতিৰ কাৰ্যলয় উত্তাল কৰি তুলে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0