Home ৰাজ্যকাকপথাৰত ড্ৰাগছ ব্যৱসায়ীক মহিলাৰ উত্তম-মধ্যম

কাকপথাৰত ড্ৰাগছ ব্যৱসায়ীক মহিলাৰ উত্তম-মধ্যম

by News Desk
95 views
A+A-
Reset

কাকপথাৰঃ তিনিচুকীয়া জিলাৰ কাকপথাৰ আৰক্ষী থানাৰ অন্তৰ্গত লাজুম গাঁৱৰ তিনিজন যুৱকক আজি বিয়লি গাৱখনৰে এটা পৰিয়ালত কোনো নথকাৰ সুযোগ লৈ ড্ৰাগছ সেৱন কৰি থকা অবস্থাত স্থানীয় একাংশ মহিলাই হাতে-লোটে ধৰি উত্তম-মধ্যম শোধায় কাকপথাৰ আৰক্ষীক গতাই দিয়ে।

মহিলাসকলে গাঁৱখনৰে মাইনু নেওগ নামৰ মহিলাগৰাকীকো ড্ৰাগছ সৰবৰাহ কৰাৰ অপৰাধত ধৰি আনি আৰক্ষীক গতাই দিয়াে। ইয়াৰ পিছতে অঞ্চলটোত ক্ৰমাৎ বৃদ্ধি পোৱা মাৰাত্মক ড্ৰাগছ, কানি, ভাং, মদৰ দৰে অবৈধ ব্যৱসায় বন্ধ কৰিবলৈ আৰক্ষীক দাৱী জনাই কাকপথাৰ আৰক্ষী থানা ঘেৰাও কৰে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0