71
NewsNextOne.com@তেজপুৰঃ তেজপুৰৰ গটঙা তামুলীজানত পুখুৰীত উদ্ধাৰ হৈছে এটা মৃতদেহ। মাছ মাৰিবলৈ যোৱা স্থানীয় লোক এজনে পুখুৰীত মৃতদেহ প্ৰত্যক্ষ কৰাত হাহাকাৰ অৱস্থাৰ সৃষ্টি হয় অঞ্চলটোত। লগে লগে আৰক্ষীক ঘটনা সম্পৰ্কে অৱগত কৰে স্থানীয় ৰাইজে । জানিব পৰা মতে,মৃত ব্যক্তিজনৰ নাম ৰমণী ভূঞা।