Home অন্যান্য খবৰস্মৃতি বঢ়াবলৈ খাওক মাশ্বৰুম

স্মৃতি বঢ়াবলৈ খাওক মাশ্বৰুম

by News Desk
83 views
A+A-
Reset

বয়স হ’লে ডিমেনছিয়া আৰু আলঝেইমাৰৰ দৰে অসুখৰ পৰা হাত সাৰি থাকিবলৈ খাদ্য তালিকাত অন্তৰ্ভূক্ত কৰক মাশ্বৰুম৷ সম্প্ৰতি এক গৱেষণাত দেখা গৈছে যে, মাশ্বৰুমে মস্তিস্কৰ স্নায়ুক সুস্থিৰ কৰি ৰখাত সহায় কৰে৷ এনে কাৰণতে স্মৃতি নাশৰ দৰে ৰোগৰ পৰা উপশম পাবলৈ গৱেষকসকলে মাশ্বৰুম খোৱাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে৷ খাদ্য উপযোগী যিবোৰ মাশ্বৰুম আছে, তাৰ মাজত বায়’এক্টিভ যৌগ থাকে৷ এই যৌগই মস্তিস্কৰ স্নায়ু বৃদ্ধিত সহায় কৰে৷ ইয়াৰ লগতে নিউৰোটক্সিক ষ্টিমুলিৰ পৰাও ৰক্ষা কৰে৷ যাৰ বাবে মাশ্বৰুম খাদ্য তালিকাত অন্তৰ্ভূক্ত কৰিলে ডিমেনছিয়া আৰু আলঝেইমাৰৰ দৰে ৰোগৰ পৰা আৰোগ্য লাভ কৰিব পাৰি৷ বৰ্তমান কেৱল আমেৰিকাতেই ৫.১ মিলিয়নতকৈও অধিক আলঝেইমাৰ ৰোগী আছে৷ ২০২০ৰ বিতৰত সমগ্ৰ বিশ্বতে আলঝেইমাৰ আক্ৰান্ত ৰোগীৰ সংখ্যা ৪২ মিলিয়নলৈ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে৷ জাৰ্ণেল অব মেডিকেল ফুড ছাপৰ্টত প্ৰকাশিত হৈছে এই তথ্য৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0