98
কলকাতাঃ পঞ্জাব নেচনেল বেংকৰ ১৩,০০০ কোটি টকাৰ কেলেংকাৰিত অভিযুক্ত হীৰা ব্যৱসায়ী মেহুল চকছিকৰ এজন সহযোগীক এনফৰ্চমেণ্ট ডাইৰেকেটৰেতে গ্ৰেপ্তাৰ কৰিছে।
চকছিৰ হংকঙৰ ব্যৱসায় চোৱা-চিতা কৰা দীপক কুলকাৰনিয়ে হংকঙৰপৰা সোমবাৰে নিশা কলকাতাত উপস্থিত হোৱাৰ লগে লগে তেওঁক গ্ৰেপ্তাৰ কৰা হয়।