92
নগাঁওঃ ৰাজ্যত পৰিৱৰ্তনকামী সোণোৱাল চৰকাৰে দুৰ্নীতিৰ বিৰুদ্বে কঠোৰ স্থিতি গ্ৰহণ কৰাৰ সময়তে স্বয়ং বিজেপি দলৰ কৰ্মীযেই দুৰ্নীতিত লিপ্ত হোৱা বাতৰিযে লাওখোৱাত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ লাওখোৱা উন্নয়ন খণ্ডৰ শিঙিমাৰী গাওপঞ্চায়তত সংগঠিত হৈছে ব্যাপক দুৰ্নীতি৷
এই দুৰ্নীতি কোনো পঞ্চায়ত প্ৰতিনিধিযে সংঘটিত কৰা নাই। কৰিছে বিজেপি দলৰ পালি নেতা তথা বালিকা এমই স্কুলৰ শিক্ষক ইদ্দিছ আলীয়ে ৷