111
গৌৰীসাগৰঃ বহু পলমকৈ হ’লেও আজি ৰাজ্য চৰকাৰৰ মন্ত্ৰী তথা অগপৰ সভাপতি অতুল বৰাসহ কেইবাগৰাকী বিধায়কে বান বিধ্বস্ত শিৱসাগৰ জিলাৰ দিখৌমুখ অঞ্চল পৰিদৰ্শন কৰে৷
বানৰ কবলত পৰি বিস্তৰ ক্ষতি সাধন হয় দিখৌমুখ অঞ্চলৰ৷ বহু পলমকৈ হ’লেও আজি বান পৰিস্থিতিৰ বুজ লয় অগপৰ স্থানীয় বিধায়ক প্রদীপ হাজৰিকা, কৃষি মন্ত্রী অতুল বৰা, বিজেপিৰ বিধায়ক কুশল দুৱৰী, তপন গগৈ আৰু শিৱসাগৰ জিলাৰ বিজেপি সভাপতি ভবেন্দ্রনাথ মোহনে৷