114
ডিজিটেল ডেস্কঃ তীব্ৰতকৈয়ো অতি তীব্ৰ ভূমিকম্পপ্ৰবণ অঞ্চলৰ ভিতৰত অন্তৰ্ভূক্ত হৈছে দেশৰ ২৯খনকৈ চহৰ। ইয়াৰ ভিতৰত আছে অসমৰ গুৱাহাটীও। যিকোনো মুহূৰ্ততে প্ৰলয়ংকৰী ভূমিকম্পত ধ্বংসস্তুপত পৰিণত হ’ব পাৰে এই চহৰকেইখন। এই তথ্য সদৰী কৰিছে নেশ্যনেল চেণ্টাৰ ফৰ ছিছমিঅ’লজিয়ে।
যিকেইখন চহৰত ভূমিকম্পৰ ফলত অধিক ক্ষতি হোৱাৰ সম্ভাৱনা আছে সেইকেইখন হৈছে দেশৰ ৯খন ৰাজ্যৰ ৰাজধানী।