100
বিহগুৰিঃ দৰিদ্ৰ পৰিয়ালৰ মেধাৱী ছাত্ৰ-ছাত্ৰীক প্ৰতিবছৰে আৰ্থিক সাহায্য আগবঢ়ায় ৰাজ্যৰ এটি স্বেচ্ছাসেৱী অনুষ্ঠানে৷
শোণিতপুৰ জিলাৰ বিহগুৰিৰ অঞ্চলৰ সামাজিক আৰু সাংস্কৃতিক অনুষ্ঠান ৰেঙণি যুৱ সংঘই প্ৰতিবছৰৰ দৰে এইবাৰো দৰিদ্ৰ পৰিয়ালৰ কৃতী ছাত্ৰ-ছাত্ৰীক আৰ্থিক সাহায্য তথা সম্বৰ্ধনা জনায়৷