Home ৰাজ্যহাইস্কুল শিক্ষান্তৰ পৰীক্ষাৰ্থীক পাঠ্যপুথি প্ৰদান

হাইস্কুল শিক্ষান্তৰ পৰীক্ষাৰ্থীক পাঠ্যপুথি প্ৰদান

by News Desk
65 views
A+A-
Reset

নলবাৰীঃ আগন্তুক বৰ্ষত হাইস্কুল শিক্ষান্ত পৰীক্ষাত বহিব লগা ছাত্ৰ-ছাত্ৰীক নলবাৰীত পাঠ্যপিথি বিতৰণ কৰে স্থানীয় বিধায়কে৷ আজি নলবাৰী চহৰৰ নাট্যমন্দিৰত সমষ্টিটোৰ অন্তৰ্গত চৰকাৰী বিদ্যালয়ৰ আগন্তুক ২০১৮ বৰ্ষত পৰীক্ষা দিবলগীয়া দৰিদ্ৰ ঘৰৰ ছাত্ৰ-ছাত্ৰীক একোখনকৈ সহায়িকা পুথি আৰু কাগজ-বহী বিতৰণ কৰে বিধায়ক অশোক শৰ্মাই৷

আজি প্ৰথম পৰ্যায়ত ১৩ খন বিদ্যালয়ৰ পৰা ৫১৩ গৰাকী ছাত্ৰ-ছাত্ৰীৰ মাজত বিতৰণ কৰা হয়৷ এই অনুষ্ঠানত উপস্থিত থাকে মুখ্যমন্ত্ৰীৰ প্ৰেছ উপদেষ্টা হৃষিকেশ গোস্বামী, স্থানীয় বিধায়ক অশোক কুমাৰ শৰ্মা, জিলা বিজেপিৰ সভাপতি বনদ্বীপ ডেকা, নলবাৰী জিলা সাহিত্য সভাৰ সভাপতি ৰমানাথ বৰুৱা তথা বিশিষ্ট ব্যক্তি প্ৰমুখ্যে ছাত্ৰ-ছাত্ৰী, অভিভাৱক আৰু সহস্ৰাধিক ৰাইজ৷ 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0