ডিজিটেল ডেস্কঃ বিদেশত নিজ দেশৰ সকলো বিষয় কিয় কব লাগে বুলি বিজেপিয়ে কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰাৰ সময়তে এইবাৰ লণ্ডনত দেশৰ প্ৰধানমন্ত্ৰীয়ে এ-পৰা জেডলৈ সকলো মনৰ কখা খুলি কলে৷ বিৰোধীক তুলাধুনা দি সাত সাগৰ তেৰ নদীৰ সিপাৰৰ পৰা বাক বোমা নিক্ষেপ কৰিলে মোডীয়ে৷
I thank all those who saw the programme, be it in person in London or on TV and social media. It is amazing to see high levels of enthusiasm towards India all over the world.