Home ৰাজ্যবান্দৰৰ ভয়, বাঘবৰত দিনতে লুকাইছে মানুহ

বান্দৰৰ ভয়, বাঘবৰত দিনতে লুকাইছে মানুহ

by News Desk
83 views
A+A-
Reset

বাঘবৰঃ বান্দৰৰ ভয়ত মানুহ নোলায় ঘৰৰ পৰা ৷ নিশাটো দূৰৈৰ কথা, দিনতে ঘৰৰ ভিতৰত থাকিবলগীয়া হৈছে মানুহ৷ বৰপেটা জিলাৰ বাঘবৰ ৰাজহ চক্ৰৰ অন্তৰ্গত শিলোচী পথাৰৰ লোকসকল এতিয়া বান্দৰৰ উপদ্ৰৱত অতিষ্ঠ হৈ পৰিছে৷

সেউৰাভিটা, শিলোচা আদি গাঁৱত প্ৰায় বিশ দিন ধৰি বান্দৰৰ জাকে ৰাইজক সমস্যাত পেলাই আহিছে। জানিব পৰা মতে, অঞ্চলটোৰ গছ-গছনিত বাস কৰিবলৈ লোৱা বান্দৰৰ জাকে ৰান্ধনি ঘৰত সোমাই ভাত-আঞ্জা খাই বয়-বস্তু তহিলং কৰাৰ লগতে খেতিপথাৰৰো ব্যাপক অনিষ্ট কৰিছে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0