60
মোৰাঝাৰঃ নৱগঠিত হোজাই জিলাৰ প্ৰাণকেন্দ্ৰ হোজাইত যান-বাহন আইন ভংগকাৰীৰপৰা মাত্ৰ এটা বছৰত ১৪ লাখ টকা জৰিমনা সংগ্ৰহ কৰা হৈছে বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে।
হোজাই থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ক্ষিতেশ্বৰ বনিয়াই জানিবলৈ দিয়া মতে হোজাই থানাৰ অধীনস্থ অঞ্চলৰপৰাহে সংগ্ৰহ কৰা হৈছে জৰিমনাৰ এই ধনৰাশি।