Home সংস্কৃতিসাত জনমলৈ তেওঁ মোৰ… পংকজ উধাছক লৈ আৰু কি কি কৈছিল পত্নী ফৰিদাই?

সাত জনমলৈ তেওঁ মোৰ… পংকজ উধাছক লৈ আৰু কি কি কৈছিল পত্নী ফৰিদাই?

by News Desk
A+A-
Reset
pankaj-udhas

আশীৰ দশকৰ কথা। ভাৰতত তেতিয়া দূৰদৰ্শনৰ প্ৰভাৱ বৃদ্ধি পোৱা নাছিল। সাধাৰণ লোকৰ বাবে ৰেডিঅ’ই আছিল তেতিয়াৰ মূল মনোৰঞ্জনৰ আধাৰ। আৰ্থিকভাৱে কিছু স্বচ্ছলসকলৰ ঘৰত সেই সময়ত টেপ ৰেকৰ্ডাৰ। কেছেটৰ সেই যুগত ঘৰে ঘৰে কণ্ঠ প্ৰতিধ্বনিত হোৱা কণ্ঠশিল্পীসকলৰ ভিতৰত এগৰাকী আছিল পংকজ উধাছ। গজলক এক নতুন ৰূপ দি সাধাৰণ শ্ৰোতাৰ মাজত জনপ্ৰিয় কৰি তোলাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল পংকজ উধাছে।

পংকজ উধাসৰ কণ্ঠ, গায়কী আৰু গজলৰ বাছনিয়ে গভীৰ প্ৰভাৱ পেলাবলৈ সক্ষম হৈছিল শ্ৰোতা-দৰ্শকৰ মাজত। পূৰ্বেও বহু শিল্পীয়ে গজল পৰিৱেশন কৰিছিল। কিন্তু পংকজ উধাছ যেন আছিল অনন্য। আশীৰ দশকৰ সেই সময়ছোৱাত তেওঁ গজলক এনে এক পৰ্যায়ত উপনীত কৰাবলৈ সক্ষম হৈছিল, যাৰ পিছত সাধাৰণ মানুহৰ মুখে মুখেও প্ৰতিধ্বনিত হৈছিল গজলৰ সুৰ আৰু কথা। 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0