86
গুৱাহাটীঃ ঐতিহ্য সংৰক্ষণ সমিতিয়ে খেলুৱৈ-শিশুপ্ৰেমী ‘শিশুপ্ৰাণ’ নবীন শৰ্মাৰ পূণ্য স্মৃতি উপলক্ষে প্ৰথম বাৰ্ষিক ‘নবীন-তন-মন-বিকাশ দিৱস’ অাৰু নবীন-তন-মন বিকাশ যোজনাৰ শুভাৰম্ভ অনুষ্ঠান অনুষ্ঠিত হৈ যায়৷
সোমবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত বিশিষ্ট সাংবাদিক ধীৰেন্দ্ৰ নাথ চক্ৰৱৰ্তীৰ সভাপতিত্বত অনুষ্ঠিত অনুষ্ঠানটোত বিশিষ্ট বক্তা হিচাপে উপষ্ঠিত থাকে লেখিকা নিৰুপমা বৰগোহাঞি আৰু হিমাংশু শেখৰ দাস।