144
নগাঁওঃ “নৰ্থ-ইষ্ট চুপাৰষ্টাৰ” শীৰ্ষক মডেলিং কনটেষ্টত উজলিল এগৰাকী নগঞা তনয়া। নগাঁৱৰ দীক্ষিতা শইকীয়া নামৰ ষোড়শী যুৱতী গৰাকীয়ে আজুৰি আনিছে এই খিতাপ।
নগাঁৱৰ ননৈৰ বিৰহী গাঁৱৰ যুৱতী দীক্ষিতাই গুৱাহাটীৰ মাছখোৱাত অনুষ্ঠিত হৈ যোৱা নৰ্থ ইষ্ট চুপাৰষ্টাৰৰ দ্বিতীয় ৰাণাৰ্ছ আপৰ খিতাপ অৰ্জন কৰি গৌৰৱ কঢ়িয়াই আনিছে।