Home অন্যান্য খবৰসাংবাদিক ভাস্কৰজ্যোতি মেধিক আনুষ্ঠানিকভাৱে অনুপ্ৰেৰণা বঁটা প্ৰদান

সাংবাদিক ভাস্কৰজ্যোতি মেধিক আনুষ্ঠানিকভাৱে অনুপ্ৰেৰণা বঁটা প্ৰদান

by News Desk
86 views
A+A-
Reset

নগাঁওঃ নগাঁৱৰ যুৱ সাংবাদিক ভাস্কৰজ্যোতি মেধিক “অনুপ্ৰেৰণা বঁটা ২০১৯” আনুষ্ঠানিকভাৱে প্ৰদান কৰা হয়। গুৱাহাটীৰ তাৰকাগৃহ প্ৰেক্ষাগৃহত বুধবাৰে বিয়লি অনুষ্ঠিত হোৱা এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত সাংবাদিক গৰাকীক এই বঁটা প্ৰদান কৰা হয়। 

ৰাজ্যখনৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ শিক্ষা, স্বাস্থ্য, সমাজসেৱা আদিকে ধৰি বিভিন্ন ক্ষেত্ৰলৈ আগবঢ়োৱা বৰঙণিৰ বাবে আন কেইবাগৰাকী ব্যক্তিৰ লগতে সাংবাদিকতাৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে সাংবাদিক ভাস্কৰজ্যোতি মেধিক এই বঁটা প্ৰদান কৰা হয়। ৰাজ্যখনৰ অন্যতম সামাজিক আৰু স্বেচ্ছাসেৱী অনুষ্ঠান অনুপ্ৰেৰণাই এই বৰ্ষৰপৰা সাংবাদিকতাৰ ক্ষেত্ৰত বঁটা আগবঢ়াইছে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0