94
newsnextone.com। নলবাৰীঃ নলবাৰী কিষাণ মৰ্চা আৰু নলবাৰী বিজেপি টাউন মণ্ডলৰ উদ্যোগত নলবাৰী চহৰৰ হাটখোলা বজাৰত কৃষক,শ্ৰমিক আৰু ক্ষুদ্ৰ ব্যৱসায়ী সকলৰ মাজত আজি এক বিনামূলীয়া চিকিৎসা শিবিৰ অনুষ্ঠিত হয়।
