99
ডিজিটেল ডেস্কঃ বহুতৰ বাবে প্ৰেৰণাৰ প্ৰতীক হোৱা অভিনেতা নৱাজুদ্দিন চিদ্দিকী বৰ্তমান ব্যস্ত আত্মজীৱনী লিখাত৷ ’দা ইনক্ৰেডেবল লাইফ অফ ডা ড্ৰামা কিং’ শীৰ্ষক অভিনেতাগৰাকীৰ আত্মজীৱনীখন দুইমাহৰ পিছতেই পঢ়িবলৈ পাব গুনমুগ্ধসকলে৷
উক্ত গ্ৰন্থখনত জীৱনৰ কঠিনসময় বোৰৰ বিষয়ে লিখিছে অভিনেতাগৰাকীয়ে৷ প্ৰায় দুইবছৰ পূৰ্বে গ্ৰন্থখনৰ কাম আৰম্ভ কৰা হৈছিল৷