63
ডিজিটেল ডেস্কঃ google-এ আনিছে ভাল খবৰ। যদি আপুনি দিনে-নিশাই ইন্টাৰনেট ব্যৱহাৰ কৰে তেন্তে আপোনাৰ বাবেই এই খবৰটো ভালেই।
কিয়নো আপোনাৰ বাবে অভিনৱ সৃষ্টি কৰিচে Google-এ। নতুন এপৰ জৰিয়তে ইউজাৰৰ ডাটা বচাব গুগলে। এইবাৰ নতুন এপ লঞ্চ কৰিছে গুগলে কোম্পানীয়ে৷ যাৰ জৰিয়তে অন্য এপবোৰত হোৱা অতিৰিক্ত ডাটা খৰচ বচাব পাৰিব ইউজাৰে।