69
গোৰেশ্বৰঃ বিজেপি চৰকাৰে শাসনত বহিলে ২৪ ঘন্টাই বিদ্যুত যোগান লাভ কৰিব বুলি প্ৰতিশ্ৰুতি দিছিল যদিও এতিয়া সকলো ফুটুকাৰ ফেনত পৰিণত হৈ পৰা বাতৰি প্ৰকাশ পোৱাৰ পিছতে গা লৰিল বিদ্যুত বিভাগৰ।
বাগসা জিলাৰ খোদ গোৰেশ্বৰ চহৰখনৰ ৰবীন্দ্র নগৰত এটা টেন্সফ’ৰমাৰ বিকল হৈ থকাত যোৱা চৈধ্য দিন ধৰি ব্যাহত হৈ আছিল বিদ্যুত যোগান।