Home ৰাজ্যএন আৰ চিৰ প্ৰক্ৰিয়াৰপৰা হিন্দুসকল বাদ দিলে পৰিস্থিতি ভয়ংকৰ হ’ব বুলি কোনে ক’লে?

এন আৰ চিৰ প্ৰক্ৰিয়াৰপৰা হিন্দুসকল বাদ দিলে পৰিস্থিতি ভয়ংকৰ হ’ব বুলি কোনে ক’লে?

by News Desk
129 views
A+A-
Reset

গুৱাহাটীঃ “নাগৰিকত্ব সংশোধনী বিধেয়কক বিৰোধীতা কৰা আছু আৰু কৃষক মুক্তি সংগ্রাম সমিতি ইছলামিক সংগঠনৰ নেতৃত্বত পৰিচালিত হোৱা সংগঠন” এই গুৰুত্বৰ অভিযোগ সদৌ অসম হিন্দু সুৰক্ষা সেনাৰ সভাপতি প্ৰদীপ কলিতা। 

বৃহস্পতিবাৰে গুৱাহাটীৰ প্ৰেছ ক্লাবত সংগঠনটোৰ সভাপতি প্ৰদীপ কলিতাই সংবাদ মেল সম্বোধন কৰি কয় যে অখিল গগৈয়ে ভাৰতবর্ষক হিন্দু ৰাষ্ট্ৰ হৈ থকাটো কামনা নকৰে। তেওঁ ভাৰতবৰ্ষক এখন ইছলামিক ৰাষ্ট্ৰ হিচাপে নিৰ্মান কৰাটো বিচাৰে। কিন্তু আমি সেইটো হ’ব দিব নোৱাৰো ভাৰতবৰ্ষ কেৱল হিন্দুৰ বাবে। কাৰণ মুছলমানৰ বাবে সুকীয়া ৰাষ্ট্ৰ আছে কিন্তু হিন্দুৰ বাবে সুকীয়া ৰাষ্ট্ৰ নায়। সেই বাবে আমাৰ দাবী ভাৰতবর্ষক এখন হিন্দুৰ ৰাষ্ট্ৰ হিচাপে ঘোষণা কৰিব লাগে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0