Home অন্যান্য খবৰপ্ৰশিক্ষণ আৰু কৃষকৰ পথাৰ দিৱস পালন

প্ৰশিক্ষণ আৰু কৃষকৰ পথাৰ দিৱস পালন

by News Desk
106 views
A+A-
Reset

বিলাসীপাৰাঃ নামনি অসমৰ ধুবুৰী-বিলাসীপাৰা কৃষি বিজ্ঞান কেন্দ্ৰৰ অন্তৰ্গত খানজানা বৰাউল PA. ওৱাছিম আহমেদ, কৃষ্ণা বৰা RT,  গৌৰী শংকৰ বৰদলৈ APARTৰ উদ্যোগত কৃষক ফাৰ্মাৰ গ্ৰুপ বিলাকক বুধবাৰে পুৱা ১০ মান বজাৰপৰা ১ মান বজালৈকে বিলাসীপাৰাস্থিত হাকামা কাৰ্য্যালয়ত বৈজ্ঞানিক পদ্ধতিৰে প্ৰশিক্ষণ দিয়ে৷

লগতে সেই ঠাইত কৃষক পথাৰ দিৱস হিচাপে পালন কৰে। কোন সময়ত ধানৰ কঁঠীয়া পেলাব লাগে আৰু কোন সময়ত কেনেকৈ ধানৰ কঁঠীয়া ৰুব লাগে ইয়াৰ উপৰিও কেনেকৈ মেচিনেৰে ধান কাটিব লাগে সেই বিষয়ত বৈজ্ঞানিক পদ্ধতিৰে অৱগত কৰি প্ৰশিক্ষণ দিয়ে লগতে কৃষকৰ পথাৰ দিৱস পালন কৰা বুলি জানিব পৰা গৈছে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0