66
গুৱাহাটীঃ চীন-ম্যানমাৰ সীমান্তত এক পথ দুৰ্ঘটনাত আলফা (স্বাধীন)ৰ সেনাধ্যক্ষ পৰেশ বৰুৱা নিহত হয়। এই কথা প্ৰকাশ কৰিছে ভাৰতীয় চোৰাংচোৱা সংস্থাসমূহে।
চোৰাংচোৱা সংস্থাৰ তথ্য প্ৰকাশ কৰি ‘লুকইষ্ট’ নামৰ নিউজ প’ৰ্টেলটোৱে জনোৱা মতে লাভ কৰা তথ্যৰ সত্যতা চোৰাংচোৱা সংস্থাসমূহে নিশ্চিত কৰিবলৈ চেষ্টা কৰি আছে।