Home ৰাজ্যবিজেপিয়ে অসমীয়াক ঘাত মাউৰা কৰিলে, থলুৱা মৰিলে খবৰ লবলৈ নাহে মন্ত্ৰী, বিধায়ক, বিষয়াই

বিজেপিয়ে অসমীয়াক ঘাত মাউৰা কৰিলে, থলুৱা মৰিলে খবৰ লবলৈ নাহে মন্ত্ৰী, বিধায়ক, বিষয়াই

by News Desk
89 views
A+A-
Reset

মঙলদৈঃ আৰক্ষীৰ বৰ্বৰ প্ৰহাৰত এগৰাকী লোকৰ মৃত্যুক কেন্দ্ৰ কৰি উদ্ভৱ হোৱা পৰিস্থিতিৰ বাবে যোৱা ৪০ ঘন্টাত দৰং জিলাৰ ধূলাত তীব্ৰ উত্তেজনা বিৰাজ কৰিছিল যদিও ক্ৰমান্বয়ে স্বাভাৱীক হ’ব ধৰিছে পৰিৱেশ৷ আৰক্ষীৰ প্ৰহাৰত হাচান আলী নামৰ লোকজনৰ মৃত্যু হোৱাত হাজাৰ হাজাৰ লোকে প্ৰতিবাদ কৰিবলৈ ওলাই আহি ঘাই পথ অৱৰোধ কৰাৰ লগতে ধূলা থানা ঘেৰাও কৰাৰ সময়তে আৰক্ষীৰ গুলীত আন এগৰাকী লোকৰ মৃত্যু হোৱাৰ ঘটনাৰ উত্তেজনা ক্ৰমান্বয়ে শাম কাটিছে দৰং জিলাৰ ধূলাত৷

আনহাতে, শুকুৰবাৰে পুৱা ৬ বজাৰ পৰা দৰং জিলাৰ দণ্ডাধীশে ধূলা অঞ্চলৰ পৰা সান্ধ্য আইন বাতিল কৰে৷ পৰৱৰ্তী আদেশ নিদিয়া পৰ্যন্ত সান্ধ্য আইন বাতিল কৰে যদিও ১৪৪ ধাৰা বাহাল থাকিব বুলি কয় প্ৰশাসনে৷ ধূলা অঞ্চলত ক্ৰমান্বয়ে স্বাভাবিক পৰিস্থিতি উভতি আহিব ধৰা দেখা গৈছে৷ শুকুৰবাৰে পুৱাৰে পৰা দোকান-পোহাৰ খোলা দেখা গৈছে৷ চক বজাৰত মানুহৰ সমাগম হোৱাওঁ দেখা গৈছে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0