63
ধুবুৰীঃ ধুবুৰী জিলাৰ গৌৰীপুৰত কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে শিক্ষা মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিকৃতি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে৷
গৌৰীপুৰ বেপাৰীপট্টীৰ ৩১নং ৰাষ্টীয় ঘাইপথত শিক্ষা মন্ত্ৰীৰ প্ৰতিকৃতি দাহ কৰি বিভিন্ন শ্ল’গানেৰে আকাশ বতাহ কপাই তোলা সংগঠনটোৱে৷