Home ৰাজ্যকণ কণ ছাত্ৰ-ছাত্ৰীয়ে অৱৰোধ কৰিলে পথ

কণ কণ ছাত্ৰ-ছাত্ৰীয়ে অৱৰোধ কৰিলে পথ

by News Desk
85 views
A+A-
Reset

টিংখাংঃ পিঠি পোৰা ৰদত স্কুলৰ পৰা ওলাই আহিল ছাত্ৰ-ছাত্ৰী৷ স্কুলৰ পৰা ওলাই আহি প্ৰতিবাদত নামিল কণ কণ ছাত্ৰ-ছাত্ৰী৷ টিংখাঙত পাঠদান এৰি প্ৰতিবাদত নামিল কণ-কণ ছাত্ৰ -ছাত্ৰী। অইল ইণ্ডিয়াৰ বিৰুদ্ধে প্ৰতিবাদ নামিল ছাত্ৰ-ছাত্ৰীসকল। অইলৰ গধুৰ বাহনৰ বাবে টিংখাঙৰ পৰা নামৰূপ সংযোগী গুৰুত্বপূৰ্ণ পথটো বিধ্বস্ত হৈ পৰে৷

বিধ্বস্ত পথটো মেৰামতি কৰাত অইল তথা চৰকাৰে গুৰুত্ব আৰোপ নকৰাত স্থানীয় ৰাইজৰ লগতে ছাত্ৰ-ছাত্ৰীসকলে প্ৰতিবাদ সাব্যস্ত কৰে। টিংখাঙৰ সমিপৰ উমাতৰাস্থিত চামোগুৰি আৰু ঘিনাইৰ অইলৰ খাদ দুটালৈ প্ৰতিদিনে পথটোৰে অহা-যোৱা কৰে অইলৰ গধুৰ যান-বাহন।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0