64
শিমলুগুৰিঃ ৰাজ্যখনৰ থলুৱা শিক্ষিত নিৱনুৱাক তেল আৰু প্ৰকৃতিক গেছ নিগম চমুকৈ অ’ এন জি চিয়ে প্ৰবঞ্চনা কৰাত ক্ষোভিত হৈ পৰিছে সদৌ তাই আহোম ছাত্ৰ সন্থা৷
দীৰ্ঘদিন ধৰি সংগঠনটোৱে অসমীয়া যুৱক-যুৱতীক অ এন জি চিৰ নতুন তথা খালী হৈ থকা পদ সমূহত নিযুক্তি দিয়াৰ দাবী উত্থাপন কৰি আহিছে যদিও সংগঠনটোৰ দাবীৰ প্ৰতি কোনোধৰণৰ গুৰুত্ব আৰোপ নকৰাৰ অভিযোগ উত্থাপন কৰিছে উজনি অসমৰ শক্তিশালী সংগঠনটোৱে৷