179
মই আকৌ উভতি আহিছোঁ। চিনাকি মোৰ ঘৰলৈ। মই জিৰণি বিচাৰি আহিছোঁ। পদূলিৰ বকুল তললৈ…
এই কথা নিচেই চিনাকি। এই সুৰ তেনেই আপোন । বকুলে যাক মায়াৰে বান্ধি ৰাখিলে, যিয়ে আমাৰ সঘন বকুল গমন সম্ভৱ কৰি তুলিলে। তেওঁ যে আমাৰ আত্মাৰ অটলত। তেওঁ তফজ্জুল আলী। প্ৰিয় তফা। আজি তেওঁৰ মৃত্যু বাৰ্ষিকীত আমি ‘নিউজ নেক্সট্ ওৱান’-এ জনাইছো শ্ৰদ্ধাৰ্ঘ।