Home ৰাজ্যশ্ৰেণী কোঠা এৰি ৰাজপথত বহিল ছাত্ৰ-ছাত্ৰী

শ্ৰেণী কোঠা এৰি ৰাজপথত বহিল ছাত্ৰ-ছাত্ৰী

by News Desk
78 views
A+A-
Reset

দলংঘাটঃ অধ্যক্ষৰ বিৰুদ্ধে ৰাজপথত আন্দোলনত নামিল কলাইগাঁও মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী। ১৬ অক্টোবৰত মহাবিদ্যালয়খনত অনুষ্ঠিত হোৱা নিৰ্বাচনক কেন্দ্ৰ কৰি অধ্যক্ষৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰিলে মহাবিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলে৷ নিৰ্বাচনত অধ্যক্ষগৰাকীয়ে নিজ পচন্দক প্ৰাৰ্থীত্ব প্ৰদান কৰাৰ লগতে মঙলবাৰে অধ্যক্ষ গৰাকীয়ে কলেজ বন্ধ বুলি ঘোষণা কৰাৰ লৈ ক্ষুব্ধ হৈ পৰে ছাত্ৰ-ছাত্ৰী সকল৷ 

উল্লেখ্য যে, মঙলবাৰে কোনো চৰকাৰী বন্ধ নথকা স্বত্বেও অধ্যক্ষ গৰাকীয়ে নিজ ইচ্ছাৰে কলেজ বন্ধ ঘোষণা কৰে৷ ছাত্ৰ-ছাত্ৰীৰ অভিযোগ মৰ্মে অধ্যক্ষ অৰবিন্দ দাসে পূৰ্বতেও মহাবিদ্যালয়খন নিজ খেয়াল খুচি মতে চলাই আহিছে৷ নাৰী কেলেংকাৰীৰ সতে জড়িত বুলি অভিযোগ থকা অৰবিন্দ দাসে মহাবিদ্যালত বিভিন্ন অসামাজিক কাম সংঘটিত কৰাৰো গুৰুতৰ অভিযোগ তুলে ছাত্ৰ-ছাত্ৰীয়ে৷ 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0