ধৰ্মশালাঃ ৰেকৰ্ড গঢ়িলে আৰ অশ্বিনে৷ টেষ্ট মেচৰ এটা চিজনত আটাইতকৈ বেছি উইকেট সংগ্ৰহেৰে আজি এই অভিলেখ গঢ়ে খেলুৱৈজনে৷ ৭৯ টা উইকেটেৰে অশ্বিনে দক্ষিণ আফ্ৰিকাৰ ডেলে স্টেয়েনৰ অভিলেখ ভংগ কৰে৷

আজি ধৰ্মশালাত  অনুষ্ঠিত চলি থকা ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজৰ খেলখনত বিপক্ষৰ অধিনায়ক ষ্টিভ স্মিথৰ উইকেটেৰে এই অভিলেখ গঢ়ে ৰৱিচন্দৰন অশ্বিনে৷