Home ৰাজ্যৰাজ্যজুৰি কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাক স্মৰণ, ৰাভাক সকলোৱে হৃদয়ত জীয়াই ৰাখক

ৰাজ্যজুৰি কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাক স্মৰণ, ৰাভাক সকলোৱে হৃদয়ত জীয়াই ৰাখক

by News Desk
58 views
A+A-
Reset

newsnextone.com | গোৰেশ্বৰ/চাবুৱা/নলবাৰী/বৰপেটা/মাজুলী/মৰিয়নীঃ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বুধবাৰে কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাক ৰাইজে স্মৰণ কৰে৷ মহানগৰীৰ সমীপৰ সোণাপুৰত ৰাজ্য চৰকাৰৰ উদ্যোগত ৰাভা দিৱস পালন কৰা হয়৷ ৰাভা দিৱসত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, সাংসদ প্ৰদান বৰুৱা, সাংস্কৃতিক মন্ত্ৰী নৱ দলৈ, বিধায়ক অতুল বৰা, ৰমেন্দ্ৰ নাৰায়ণ কলিতা আদি উপস্থিত থাকে৷

ৰাজ্য চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ে সোণাপুৰ মিনি ষ্টেডিয়ামত পালন কৰা ৰাভা দিৱসত উপস্থিত থাকি মুখ্যমন্ত্ৰী সোণোৱালে বিষ্ণু ৰাভাক স্মৰণ কৰি জাতিটোক ৰাভাৰ আদৰ্শৰে আগুৱাই নিব লাগিব বুলি পোষকতা কৰে৷ ৰাজ্যৰ সমগ্ৰীক উন্নয়ন কৰিবলৈ হ’লে সকলোৱে যোগাত্মক চিন্তা ধৰাৰ কৰাৰ প্ৰয়োজন আছে বুলি কয়৷ বৰাক-ব্ৰহ্মপুত্ৰৰ সমূহ ৰাইজে একত্ৰিত হৈ চলিব লাগিব বুলি কয়৷ 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0