113
নতুন দিল্লীঃ মঙলবাৰে পুৱতি নিশা ৩-৩০ বজাত ভাৰতীয় বায়ুসেনা বাহিনীয়ে পাক অধিকৃত কাশ্মীৰৰ সন্ত্ৰাসবাদীৰ ঘাটিত আক্ৰমণ চলোৱাৰ খবৰ লাভ কৰাৰ লগে লগে এক মূহুৰ্তও পলম নকৰাকৈ কংগ্ৰেছৰ সভাপতি ৰাহুল গান্ধীয়ে প্ৰতিক্ৰিয়া ব্যক্ত কৰে।
টুইটাৰযোগে তেওঁ কয়, ‘বায়ুসেনাবাহিনীৰ পাইলটসকললৈ ছেলুট’।