70
ৰঙিয়াঃ দুৰ্নীতি পূৰ্বৰ চৰকাৰৰ দিনতো আছিল আৰু এতিয়াৰ চৰকাৰৰ দিনতো আছে৷ কেৱল দুৰ্নীতি কৰাৰ ধৰণ সলনি হৈছে৷ পূৰ্বে মুকলিকৈ আছিল এতিয়া এজেন্টৰ জৰিয়তে খাই একাংশ বিষয়া-কৰ্মচাৰীয়ে৷ এজেন্ট বোৰে সচিবালয়, বিভাগীয় কাৰ্যালয়ৰ পৰা আৰম্ভ কৰি পঞ্চায়ত কাৰ্যালয়লৈ দুৰ্নীতিৰ পোহাৰ মেলি টকা সংগ্ৰহ কৰি দিয়ে বিষয়া-কৰ্মচাৰীক৷